বিশ্ববিশ্ব খনিকৰ

বিশ্ব এইড্‌ছ দিৱস (Assamese) [ Roman: bis.so e.ids di.box]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-02
1. (Proper Noun) World AIDS Day is observed every year on December 1st. The World Health Organization established World AIDS Day in 1988. World AIDS Day provides governments, national AIDS programs, faith organizations, community organizations, and individuals with an opportunity to raise awareness and focus attention on the global AIDS epidemic. Red ribbons are worn on clothing as a sign of support. প্ৰত্যেক বছৰে ডিচেম্বৰ মাহৰ এক তাৰিখে এই দিৱস পালন কৰা হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমবাৰৰ কাৰণে ১৯৮৮ চনত ’বিশ্ব এইড্‌ছ দিৱস’ উদ্‌যাপন কৰে ৷ গোটেই বিশ্বৰ এইড্‌ছ আক্ৰান্ত ব্যক্তিসকলক সজাগ কৰিবৰ কাৰণে বিভিন্ন সংস্থা, প্ৰতিষ্ঠান আদিয়ে ইয়াক উদ্‌যাপন কৰে ৷ এডাল ৰঙা ফিটাক এই দিৱসৰ প্ৰতিক হিচাপে ব্যৱহাৰ কৰা হয় ৷